নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আঞ্চলিক

মৰুভূমিৰ উট ওলাল উৰ্বৰা ভূমি চিচিবৰগাঁৱত

ধেমাজি জিলাৰ চিচিবৰগাঁৱত উদ্ধাৰ হৈছে এটা উট। প্ৰাপ্ত তথ্য অনুসৰি চিচিবৰগাঁও আৰক্ষীয়ে জব্দ কৰিছে উটটো। ইফালে আৰক্ষীয়ে জব্দ কৰা উটটোৰ বিগত বহু দিন ধৰি উপযুক্ত খাদ্যৰ অভাৱ আৰু শাৰীৰিক অৱস্থা অতি দুৰ্বল যেন অনুমান হয়। জানিব পৰা মতে  কাইলৈ হ'বলগীয়া ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উদ-জোহাত কোৰবানি দিবলৈ আনি থোৱা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।…
Read More...

পবিতৰা অভয়াৰণ্য আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ

অসম গৌৰৱ এশিঙীয়া গঁড়ৰ অন্যতম আৱাসস্থলী পবিতৰা অভয়াৰণ্য আজিৰে পৰা দেশী-বিদেশী সকলো পৰ্যটকৰ বাবে আনুষ্ঠানিকভাৱে…

পুৰণিগুদামত কিশোৰে নিৰ্মাণ কৰি উলিয়ালে জুবিন সোঁৱৰণী গীটাৰ

অসম আৰু অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি থকা শ্ৰদ্ধা, ভালপোৱা আৰু অনুপ্ৰেৰণাকে সাৰোগত কৰি অভিজ্ঞতা নথকা…

অসমৰ ভূমিত দোকানগৃহ নিৰ্মাণ কৰি নগাৰ আগ্ৰাসনৰ চেষ্টা

নিয়মীয়া বাৰ্তা, সৰুপথাৰ, ২৪ মে' : সৰুপথাৰ সম-জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী বি ছেক্টৰৰ অসমৰ ভূমিত নগা ব্যক্তিয়ে…

পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ বিশেষ বাৰ্ষিক অধিৱেশন

পাটাছাৰকুছি শাখা সাহিত্য সভা (শতদল)ৰ বিশেষ বাৰ্ষিক অধিৱেশনখন দিনজোৰা কাৰ্যসূচীৰে আজি  অনুষ্ঠিত হৈ যায়৷ এই উপলক্ষে…

বিলাসীপাৰাত জাগ্ৰত মন্দিৰত চুৰিকাণ্ড, আৰক্ষীৰ তদন্ত আৰম্ভ

ডিজিটেল ডেস্ক, ২৪ মে' : বিলাসীপাৰাৰ উদমাৰী মা কামাখ্যা মন্দিৰত যোৱানিশা চোৰৰ দলে চলালে চাফাই অভিযান। মন্দিৰটোৰ মূল…

ভূৰাগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক সৰবৰাহকাৰী

ডিজিটেল ডেস্ক, ২৪ মে' : লাহৰীঘাটৰ ভূৰাগাঁৱত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক সৰবৰাহকাৰী। যোৱানিশা ভূৰাগাঁও আৰক্ষী থানাৰ…