চতুৰ মূর্খ
🔹 চতুৰ মূর্খ
🔹 ড০ পার্থসাৰথি মহন্ত
এটা অদ্ভুত ধাৰা লক্ষ্য কৰিছেনে? অপৰাধ আৰু গ্রেপ্তাৰৰ খবৰেৰে বাতৰি ভৰি আছে৷ হাতে–লোটে ধৰা পৰে অপৰাধী৷ নাম, ফটো সকলোবোৰ ৰাজহুৱাভাৱে উদঙাই দিয়া হয়৷ সকলোৱে দেখে৷ তথাপি অপৰাধ অব্যাহত আছে৷ প্রৱঞ্চনা, প্রতাৰণা, হিংসা কোনোটোৱেই বন্ধ নহয়৷ ইটোৰ পিছত সিটো অপৰাধ ধৰা পৰি থকা দেখিও মানুহে অপৰাধ কৰিবলৈ ভয় নকৰে৷ এই মানুহবোৰে…
Read More...