হিন্দু বাঙালীসকলৰ ওপৰত অসমীয়াভাষীৰ ইমান খং কিয় ?
অসমীয়াভাষী মানুহৰ ইমান খং কিয়? কিয় বাৰে বাৰে অসমত বাঙালীবিদ্বেষী মনোভাবে গা কৰি উঠে? কিয় বাঙালী বাংলা ভাষা বুলি ক’লেই এক ভাষিক বিপন্নতা অনুভৱ কৰে অসমীয়াসকলে? কিয় ইমান ঘৃণা, বিদ্বেষ, সন্দেহ??
আকৌ বৰাক তথা পশ্চিমবংগৰ এচাম বংগীয় মানুহৰো অসমীয়া বিদ্বেষ দীর্ঘকালৰ পৰা চলি আহিছে৷ কিয়?
এই প্রশ্ণ আৰু পৰিস্থিতিৰ শিপা কিন্তু ১৮৩৬ চনৰ পৰা ১৮৭২ চনলৈ অসমত…
Read More...