মানুহবোৰে কথা পাতিবলৈ জনা হ’লঃ কাৰ প্ৰভাৱ !
প্ৰণৱ জ্যোতি মহন্ত
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি চলি আছে প্ৰতিবাদ । কিন্তু যোৱা ১১ ডিচেম্বৰত এই প্ৰতিবাদে পৰিস্থিতি অধিক ভয়াৱহ কৰি তোলাত ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি ম'বাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয় । অৱশ্যে শেহতীয়াকৈ ৰাজ্যলৈ ঘূৰি অহা স্বাভাৱিক পৰিস্থিতিৰ বাবে ২০ তাৰিখে পুৱা ৯ বজাত এই ইণ্টাৰনেট সেৱা মুকলি কৰা হয় ।
এই ৯ দিনত…
Read More...