নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

বিশেষ

নজৰিয়া বদলো, নাজাৰা বদলেগা… কিয় সংবাদ শিৰোণামত মুম্বাইৰ এইখন কেফে

বিশেষ বাৰ্তা, ২ এপ্ৰিলঃ নজৰিয়া বদলো, নাজাৰা বদলেগা...। দৃষ্টিভংগী সলনি কৰক, গোটেই দৃশ্যপটে সলনি হৈ পৰিব। লিংগ বৈষম্যতাক প্ৰত্যাহ্বান জনাই মুম্বাইত আৰম্ভ কৰা হৈছে এখন নতুন কেফে। ব্যতিক্ৰমী চিন্তা, অন্য দৃষ্টিভংগীৰে কেফে নহৈ যেন সৰুকৈ নতুন পৃথিৱী এখন দেখুৱাব বিচৰা হৈছে সমাজক। মুম্বাইৰ অন্ধেৰী ৱেষ্টৰ ভেৰচোভাত মুকলি কৰা এই কেফেখনৰ নাম 'বম্বাই নজৰিয়া'।…
Read More...

কলেজ শিক্ষকৰ পাছত অটোচালক, বাংগালুৰুৰ পতাবী ৰমণক জানো আহক

বিশেষ বাৰ্তা, ৩০ মাৰ্চঃ বাংগালুৰুৰ এগৰাকী অটো চালক, নাম পতাবী ৰমণ। বয়স ৭৪ বছৰ। অটো চালকগৰাকীৰ মুখত সলসলীয়া ইংৰাজী…

থলুৱা বাদ্যযন্ত্ৰ সংগ্ৰহ-সংৰক্ষণেৰে ঘৰতে স্থাপন সংগ্ৰহালয়

দীপাংকৰ পাল, সোণাৰি, ২৮ মাৰ্চঃ থলুৱা লোক বাদ্যযন্ত্ৰ সংগ্ৰহ আৰু সংৰক্ষণ কৰি অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা কৰিছে…

খাদ্যাভ্যাসঃ সুস্থ শৰীৰত কিমান প্রটিনৰ প্রয়োজন

শৰীৰত প্রটিনৰ মাত্ৰা কমি গ'লে ৰোগ প্রতিৰোধৰ ক্ষমতাও কমি যায়। শৰীৰৰ অত্যন্ত কার্যকৰী উপাদান ইমিউনোগ্লোবুলিনৰ পৰিমাণ…

লাওখোৱা উন্নয়ন খণ্ড কাৰ্যালয়ৰ মনোৰম দৃশ্য, দুজোপা শিমলু গছত হাজাৰ-হাজাৰ বাদুলী

নিয়মীয়া বাৰ্তা, ৰূপহীহাট, ২৬ মাৰ্চঃ নগাওঁ জিলাৰ ৰূপহীহাটৰ লাওঁখোৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ চৌহদত এক মনোৰম দৃশ্য‌ই…