স্বনিয়োজনত অধিক গুৰুত্ব দিয়কঃ ত্রিশ হাজাৰ চাকৰিত আবেদন ১৪.৩০ লাখ উচ্চ শিক্ষিত প্রার্থীৰ
অসম চৰকাৰৰ তৃতীয় আৰু চতুর্থ বর্গৰ কর্মচাৰীৰ নিয়োগৰ বাবে অনুষ্ঠিত প্রথমটো পৰীক্ষা সুকলমে অনুষ্ঠিত হৈ গৈছে৷ ব্যাপক আৰক্ষী সুৰক্ষা পৰিবেষ্টনীৰ মাজত ইণ্টাৰনেট সেৱা বন্ধ কৰি অনুষ্ঠিত পৰীক্ষাটো সম্বন্ধত কোনোধৰণৰ নেতিবাচক কথা এতিয়ালৈকে শুনা নাই৷ আটাইতকৈ ভাল কথাটো হৈছে মানুহে স্বচ্ছতাৰে চাকৰিত মকৰল হ’ব৷ যোগ্যজন নির্বাচিত হ’লে চৰকাৰৰো পাৰদর্শিতা বাঢ়িব৷ সেই…
Read More...