কাতি বিহু, কৃষ্টি আৰু বিজ্ঞান
ৰং–ৰহইচ নাথাকিলেও, কঙালী হ’লেও কাতি বিহু অসমৰ ৰাইজৰ অতি আদৰৰ৷ অসমৰ বিভিন্ন জনগোষ্ঠীয়ে কাতি বিহু নিজা নিজা পৰম্পৰাৰে পালন কৰে৷ কিন্তু সকলো জনগোষ্ঠীয়েই সেই দিনা তুলসী পুলি ৰোৱে আৰু পথাৰত, ভঁৰালত, তুলসীৰ তলত, বাগিচাত চাকি–বন্তি দিয়ে৷ অবিভক্ত গোৱালপাৰা জিলাত কাতি বিহুৰ নাম কাতিগাছা৷ গাছা মানে চাকি৷ কাতি বিহুৰ দিনা সন্ধিয়া পৰত পথাৰত কৃষকসকলে ঔৰ খলপত…
Read More...