গালোৱানত চীনৰ আগ্রাসনৰ এবছৰ
চীন সৈন্যই ভাৰতৰ পূব লাডাখত যোৱা বছৰ মে’–জুনত কৰা আগ্রাসনৰ এটা বছৰ হ’ল৷ এই বছৰৰ ১১ ফেব্রুৱাৰীত দুয়ো দেশৰ মাজত হোৱা আলোচনাৰ পাছত দুয়ো দেশৰ সৈন্যই সীমান্তত (পূব লাডাখত)disengagment প্রক্রিয়া সমাপ্ত কৰিলে৷ এতিয়া আমাৰ প্রশ্ণ হয় যে চীনৰ লগত আমি কেনেকৈ আগবাঢ়িব লাগিব৷ এই চর্চাটো কেৱল সীমান্তত বা চীনৰ ভাবুকিক লৈ নহয় বৰঞ্চ অর্থনীতি, কূটনীতি আদি সকলো মিলাই…
Read More...