ডিক’ডিং জীৱন : টোপনিৰ ওপৰত প্রতিশোধ
ড০ পার্থসাৰথি মহন্ত
পুৱা পাঁচ বজাত উঠিম বুলি শুইছিলোঁ৷ ৰাতি তিনি বজালৈকে ফোনেই আহি থাকিল৷ তাৰ পিছত আৰু যিকণ পালোঁ শুই অফিচ পালোঁগৈ৷ খোজকঢ়াৰ প্লেনটো ধোঁৱাচাঙতে থাকিল৷ অফিচৰ পৰা আহি পাওঁতে ৰাতি ন বাজি গ’ল৷ ঘৰুৱা দুটামান লেঠা মাৰি ভাত–পানী খাই উঠো মানে সময় চাৰে এঘাৰ৷ তেতিয়াহে ভাবিছোঁ দিনটোত দেখোন নিজৰ কাৰণে সময়ে নাপালোঁ৷ মোৰ কাৰণেই মোৰ হাতত সময়…
Read More...