ডিক’ডিং জীৱন : দয়াৰ নিঃশব্দ মূল্য
ডিক’ডিং জীৱন : ড০ পার্থসাৰথি মহন্ত
দয়া৷ মৰম৷ অধিকাৰ নে সৌভাগ্য? দয়া–মৰম আৰু অধিকাৰৰ অদৃশ্য সম্পর্ক কি?
মৰম পাই পাই এটা সময়ত মানুহে পাহৰি যায় যে ই এটা বিশেষ সুবিধা৷ সদিচ্ছা হিচাপে যিটো আৰম্ভ হয় সেয়া প্রায়ে এক অকথিত কর্তব্যত পৰিণত হয় আৰু আনফালে কৃতজ্ঞতা হিচাপে যিটো আৰম্ভ হয় সেয়া লাহে লাহে প্রাপ্যতালৈ ৰূপান্তৰ হয়৷
দয়ালু মানুহৰ মনটোনো কেনেকুৱা? দয়া…
Read More...