২০২৬ৰ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন ব্ৰাজিলৰ
২০২৬ৰ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন ব্ৰাজিলৰ
নিউজ ডেস্ক, ১২ জুন : চাও পাওলোৰ কৰিন্থিয়ানছ এৰেনাত পাৰাগুৱেক ১-০ গ’লত পৰাস্ত কৰি অহা বছৰৰ ফিফা বিশ্বকাপৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হয় ব্ৰাজিলে।
খেলখনৰ ৪৪ মিনিটত ৰিয়েল মাদ্রিদৰ ফৰৱাৰ্ড ভিনিচিয়াছ জুনিয়ৰে খেলখনৰ একমাত্ৰ গ’লটো দি কাৰ্লো এঞ্চেল’ট্টিক ব্ৰাজিলৰ প্ৰথমটো বিজয়ী প্ৰশিক্ষক প্ৰদান…
Read More...