ডালাছ ষ্টেডিয়ামত বিশ্বকাপ ফুটবলত জুবিন গাৰ্গক স্মৰণ
এতিয়া চলি আছে বিশ্বকাপ ফুটবল। ফুটবল মহাৰণৰ উন্মাদনাত বিশ্বজুৰি অব্যাহত আছে ফুটবলৰ জ্বৰ। ইয়াৰ মাজতে চৰ্চালৈ আহিছে অসমীয়া জাতিৰ হিয়াৰ আমঠু, অমৃতকণ্ঠ জবিন গাৰ্গ।
সাত সাগৰ তেৰ নদী পাৰৰ সুদূৰ আমেৰিকাৰ ডালাচ ষ্টেডিয়ামত পৰ্টুগাল বনাম স্পেইনৰ মাজত অনুষ্ঠিত ফিফা বিশ্বকাপৰ শ্বাসৰূদ্ধ ফুটবল খেলখন চলি থকাৰ মাজতে গেলেৰীৰ ফুটবল প্ৰেমী দৰ্শকৰ মাজৰ পৰা গুঞ্জৰিত…
Read More...