দেৱভূমি উত্তৰাখণ্ড ৰাষ্ট্রীয় ক্রীড়াত ৰূপেৰে উজলিছে অসম
🔹 ৫ পদকেৰে অভিযান সামৰিলে উশ্বু দলে : ফুটবলৰ ছেমিত পুৰুষ দল
নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : দেৱভূমি উত্তৰাখণ্ডত চলি থকা ৩৮সংখ্যক ৰাষ্ট্রীয় ক্রীড়াত কালি অসমে তিনিটা ৰূপ আৰু এটা ব্রঞ্জৰ পদক লাভ কৰি সাফল্যৰ গৌৰৱময় যাত্রা অব্যাহত ৰাখিছে৷ কালি অসমৰ খেলুৱৈয়ে পুনৰ চাৰিওটা পদকে উশ্বু, ভাৰোত্তোলন আৰু সাঁতোৰত লাভ কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে প্রতিযোগিতাৰ…
Read More...