আইচিচি চেম্পিয়নছ ট্রফীৰ পৰা বাহিৰ কামিনছ–হেজলউড
নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ ফেব্ৰুৱাৰীঃ আইচিচি চেম্পিয়নছ ট্রফীলৈ দুসপ্তাহৰো কম সময় বাকী থকা অৱস্থাত এক মোক্ষম আঘাতৰ সন্মুখীন হ’ল অষ্ট্রেলিয়া৷ দলটোৰ দুই তাৰকা খেলুৱৈ পেট কামিনছ আৰু জ’ছ হেজলউড অবিহনে চেম্পিয়নছ ট্রফীত ভাগ ল’ব কেংগাৰু বাহিনীয়ে৷ আঘাতৰ পৰা সম্পূর্ণৰূপে আৰোগ্য লাভ নকৰাৰ বাবেই দুয়োগৰাকী তাৰকা পেচবলাৰ আগন্তুক চেম্পিয়নছ ট্রফীৰ পৰা বাহিৰ হয়…
Read More...