ৰাজকোটত শৃংখলা দখলৰ লক্ষ্য টীম ইণ্ডিয়াৰ
🔹 আজি তৃতীয় টি–২০ : পুনৰ অনিশ্চিত মহম্মদ ছামি
নিউজ ডেস্ক, ২৮ জানুৱাৰী : ৰাজকোটত শৃংখলা দখলৰ লক্ষ্য লৈছে সূর্যকুমাৰ নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ ভ্রমণকাৰী দল ইংলেণ্ডৰ বিপক্ষে খেলি থকা পাঁচখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ তৃতীয়খন মেচ আজি ৰাজকোটত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাটোত ২–০ৰ অগ্রগতি লাভ কৰা ঘৰুৱা দলটোৱে আজি মেচখনত বিজয় সাব্যস্ত কৰি টি–২০ শৃংখলাটো…
Read More...