গাভাস্কাৰৰ অনুৰোধ উপেক্ষা ব’ৰ্ডৰ, আইপিএলত অব্যাহত চিয়েৰলীডার্ছৰ নৃত্য
নিউজ ডেস্ক, ২৯ মে' : কাশ্মীৰৰ পেহেলগামত সন্ত্রাসবাদীৰ হত্যালীলাৰ পিছত বিনোদনহীন আইপিএলৰ অনুৰোধ জনাইছিল প্রাক্তন ক্রিকেটাৰ সুনীল গাভাস্কাৰে৷ তেওঁৰ অনুৰোধ ব’ৰ্ডৰ একাংশই বিবেচনা কৰিছিল যদিও শেষ পর্যন্ত সেই অনুৰোধ নাৰাখিলে ভাৰতীয় ক্রিকেট ব’র্ডে৷
স্থগিত ৰখা আইপিএলৰ দ্বিতীয় পর্যায়ত অব্যাহত আছে বিনোদন৷ কলকাতা নাইট ৰাইডার্ছ আৰু ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ…
Read More...