আইপিএল -ত চতুর্থটো দল হিচাপে প্লে-অফত মুম্বাই
নিউজ ডেস্ক, ২২ মে’ : আইপিএল -ত চতুর্থটো দল হিচাপে প্লে-অফত নিজৰ স্থান সুনিশ্চিত কৰিলে মুম্বাই ইণ্ডিয়ানছে। গুজৰাট টাইটানছ, ৰয়েল চেলেঞ্জার্ছ বেংগালুৰু আৰু পঞ্জাব কিংছৰ পাছত চতুর্থটো দল হিচাপে চলিত আইপিএলৰ প্লে-অফত স্থান নিশ্চিত কৰিলে পাঁচবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছে৷ প্রতিযোগিতাখনৰ কালি অনুষ্ঠিত বিজয় অপৰিহার্য মেচখনত মুম্বায়ে দিল্লীক ৫৯ ৰানত…
Read More...