চর্চাত গিল-বুমৰাহ–ৰাহুল–পণ্ট
🔹 কোন হ’ব ভাৰতীয় টেষ্ট দলৰ নতুন অধিনায়ক
নিউজ ডেস্ক, ১১ মে’ : টেষ্ট ক্রিকেটৰ পৰা বুধবাৰে আকস্মিকভাৱে অৱসৰ গ্রহণ কৰে ৰোহিত শর্মাই৷ এতিয়া প্রশ্ণ হয়- ভাৰতীয় দলৰ নতুন টেষ্ট অধিনায়ক কোন হ’ব? আসন্ন ইংলেণ্ড ভ্রমণত ভাৰতীয় দলটোক কোনে নেতৃত্ব দিব? এই সন্দর্ভত চর্চালৈ আহিছে শুভমন গিল, যশপ্রীত বুমৰাহ, লোকেশ ৰাহুল আৰু ঋষভ পণ্টৰ নাম৷ এই চাৰিগৰাকী ক্রিকেটাৰৰ…
Read More...