ছমাহৰ যন্ত্রণা পাহৰি নীৰৱতা ভংগ কৰিলে হার্ডিক পাণ্ডিয়াই
বিশেষ বাৰ্তা, ১ জুলাই : আইপিএলত বাৰে বাৰে বিতর্কৰ মাজত সোমাই পৰিছিল হাৰ্ডিক৷ কিন্তু মুখ খোলা নাছিল হার্ডিক পাণ্ডিয়াই৷ টি–২০ বিশ্বকাপৰ ফাইনেলত দেশক বিজয়ী কৰোৱাৰ পিছত মুখ খুলিলে তেওঁ৷ আৱেগ ধৰি ৰাখিব নোৱাৰি কান্দোনত ভাগি পৰিল পাণ্ডিয়া৷ সতীর্থসকলক সাবটি ধৰি ক্রন্দনৰত হৈ আনন্দ প্রকাশ কৰাৰ পিছত ৰাষ্ট্রীয় পতাকা লৈ খেলপথাৰত এপাক মাৰিলে তেওঁ৷ পাণ্ডিয়াৰ…
Read More...