দ্বিতীয়বাৰলৈ মহিলা প্রিমিয়াৰ লীগৰ খিতাপ জয় মুম্বাই ইণ্ডিয়ানছৰ
🔹 অধিনায়িকা হৰমনপ্রীতৰ দর্শনীয় অর্ধশতক : ৮ ৰানত পৰাস্ত দিল্লী
নিউজ ডেস্ক, ১৬ মার্চ : দ্বিতীয়বাৰলৈ মহিলা প্রিমিয়াৰ লীগত খিতাপ জয় কৰিলে মুম্বাই ইণ্ডিয়ানছে৷ ২০২৩ চনৰ উদ্বোধনী প্রতিযোগিতাখনত চেম্পিয়ন মুম্বায়ে চলিত বর্ষৰ প্রতিযোগিতাখনৰ ফাইনেল মেচখনত দিল্লী কেপিটেলছক ৮ ৰানত পৰাস্ত কৰে৷ মেচখনত মুম্বায়ে জয়ৰ বাবে বান্ধি দিয়া ১৫০ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ…
Read More...