বিচিচিআইৰ কেন্দ্রীয় চুক্তিত স্থান লাভ অসমৰ উমা চেত্রীৰ
নিউজ ডেস্ক, ২৫ মাৰ্চঃ ভাৰতৰ ক্রিকেট নিয়ন্ত্রণ ব’র্ডে চলিত ছিজনৰ বাবে মহিলা ক্রিকেটাৰৰ নতুন কেন্দ্রীয় চুক্তি ঘোষণা কৰিছে৷ এইবাৰ ভাৰতীয় দলৰ ১৬গৰাকী মহিলা খেলুৱৈক বার্ষিক কেন্দ্রীয় চুক্তিত স্থান দিয়াৰ কথা ঘোষণা কৰিছে ব’র্ডে৷ কেন্দ্রীয় চুক্তিত স্থান পোৱা ১৬গৰাকী খেলুৱৈৰ ভিতৰত ৩গৰাকী খেলুৱৈক গ্রেড ‘এ’ত, ৪গৰাকীক গ্রেড ‘বি’ত আৰু ৯গৰাকীক স্থান দিয়া হৈছে…
Read More...