আজি গুৱাহাটীত হাইভল্টেজ মেচত চেন্নাইৰ বিৰুদ্ধে ৰাজস্থানৰ যুঁজ
ডিজিটেল ডেস্ক, ৩০ মার্চ : শনিবাৰৰ পৰা আৰম্ভ হোৱা আইপিএলৰ আজি প্রথমখন মেচত ৰিয়ান পৰাগ নেতৃত্বাধীন ৰাজস্থান ৰয়েলছে চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে বর্ষাপাৰাত খেলিব৷ এই হাইভল্টেজ মেচখনৰ বাবে অসমৰ ক্ৰিকেটপ্ৰেমীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। মেচখন সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব।
উল্লেখ্য যে অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আইপিএলৰ উদ্বোধনী বর্ষৰ…
Read More...