ৰিয়ানৰ শতকেৰে জয় পূব মণ্ডলৰ
🏏 দেওধৰ ট্রফী : বলিঙতো চাৰিটা উইকেট লাভ অসম-সন্তানৰ
বিশেষ বাৰ্তা, ২৮ জুলাই : অসম-সন্তান ৰিয়ান পৰাগৰ অলৰাউণ্ড প্রদর্শনৰ সহায়ত পূব মণ্ডলে চলিত দেওধৰ ট্রফীৰ আজি অনুষ্ঠিত মেচখনত জয়লাভ কৰি সম্পূর্ণ পইণ্ট অর্জন কৰিছে৷ পডুচেৰীত অনুষ্ঠিত মেচখনত পূব মণ্ডলে উত্তৰ মণ্ডলক ৮৮ ৰানত পৰাস্ত কৰে৷ মেচখনত পূব মণ্ডলৰ জয়ৰ মূলতে আছিল ৰিয়ান পৰাগৰ দুর্দান্ত বেটিং আৰু…
Read More...