কোন এই ভিগনেশ, যি পালে ৰোহিত ইম্পেক্টৰ হৈ খেলাৰ সুযোগ
নিউজ ডেস্ক, ২৪ মাৰ্চঃ ৰোহিত শৰ্মাৰ ঠাইত দ্বিতীয় ইনিংছত ইমপেক্ট প্লেয়াৰ হিচাপে প্ৰৱেশ কৰা মুম্বাই ইণ্ডিয়ানছৰ খেলুৱৈ ভিগনেশ পুথুৰে আই পি এলত অভিষেক ঘটোৱাৰ সুযোগ লাভ কৰে। এই সুযোগৰ পূৰ্ণ ব্যৱহাৰ কৰি আই পি এলৰ অভিষেক স্মৰণীয় কৰি তুলিলে। চি এছ কেৰ অধিনায়ক ঋতুৰাজ গাইকোৱাডৰ ৰূপত আই পি এলৰ প্ৰথমটো উইকেট দখল কৰে ভিগনেশে। ইয়াৰ পিছতে তেওঁ বিস্ফোৰক…
Read More...