কাইলৈৰ পৰা আৰম্ভ বহু প্ৰত্যাশিত আই পি এল : দেশৰ ক্ৰিকেট অনুৰাগীৰ মাজত উৎকণ্ঠা
ডিজিটেল ডেস্ক, ২৭ মাৰ্চ : কাইলৈৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত আইপিএল-২০২৬। এইবাৰ ৮৪খন মেচেৰে প্ৰায় দুমাহ ধৰি চলিবলগীয়া বিচিচিআইৰ ঐশ্বৰ্যশালী প্ৰতিযোগিতাখনৰ বাবে এতিয়া দেশৰ ক্ৰিকেট অনুৰাগীৰ মাজত উৎকণ্ঠা বিৰাজ কৰিছে। বিশ্ব ক্ৰিকেটত নিজস্ব পৰিচয়েৰে দপদপাই থকা ব্যয়বহুল মেগা প্ৰতিযোগিতা আই পি এল-২০২৬ শনিবাৰৰ (২৮ মাৰ্চ) পৰা আৰম্ভ হ'ব।
আৰু মাত্ৰ কেইটামান…
Read More...