চেম্পিয়নছ ট্রফীৰ ফলাফলতেই স্পষ্ট ভাৰত–পাকিস্তানৰ মাজত শ্রেষ্ঠ কোন
নিউজ ডেস্ক, ১৭ মাৰ্চঃ চেম্পিয়নছ ট্রফীৰ মঞ্চত শ্রেষ্ঠত্বৰ খিতাপ আঁজুৰি আনিছে টীম ইণ্ডিয়াই৷ গ্রুপ পর্বত পাকিস্তানক পৰাস্ত কৰিছে ভাৰতে৷ এইবাৰ ভাৰত–পাক ক্রিকেট যুদ্ধ সম্পর্কে মুখ খুলিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ তেওঁ স্পষ্ট কৰি দিলে যে ফলাফলেই জনাই দিছে দুয়োখন দেশৰ মাজত শ্রেষ্ঠ কোন৷ গ্রুপ পর্বত আধিপত্য বিস্তাৰ কৰি পাক বাহিনীক পৰাস্ত কৰে ৰোহিত…
Read More...