কাইলৈ টি-২০ বিশ্বকাপৰ হাইভ’ল্টেজ ফাইনেল মেচ, সন্মুখ সমৰত ভাৰত-নিউজিলেণ্ড
ডিজিটেল ডেস্ক, ৭ মাৰ্চ : দীৰ্ঘদিনীয়া যুঁজৰ অন্তত কাইলৈ টি-২০ বিশ্বকাপৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। ইতিমধ্যে ভাৰত আৰু নিউজিলেণ্ডে ফাইনেলত প্ৰৱেশ কৰিছে। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত-নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ ২০২৬ৰ হাইভল্টেজ ফাইনেল মেচখন।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব লগা…
Read More...