অনাকাংক্ষিত অভিলেখ অধিনায়ক ৰোহিত শর্মাৰ
🔹 এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পিছৰ পৰা জয়ৰ মুখ দেখা নাই হিটমেনে
নিউজ ডেস্ক, ১০ মার্চ : চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত এক অনাকাংক্ষিত অভিলেখ গঢ়ে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাই৷ ভাৰতীয় দলৰ অধিনায়ক হিচাপে একেৰাহে ১২খন এদিনীয়া মেচত টছত পৰাস্ত হয় ৰোহিত শর্মা৷ ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ পিছৰ পৰা টছত জয়ৰ মুখ দেখা নাই হিটমেনে৷ ৰোহিত শর্মাৰ পূর্বে…
Read More...