নায়ক সঞ্জুৰ অনবদ্য বেটিঙেৰে বিশ্বকাপৰ ছেমিফাইনেলত ভাৰত
ডিজিটেল ডেস্ক, ২ মার্চ : অ’পেনাৰ সঞ্জু ছেমছনৰ অনবদ্য বেটিং প্রদর্শনৰ সহায়ত টীম ইণ্ডিয়াই চলিত টি–২০ বিশ্বকাপৰ ছেমিফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ বৃহস্পতিবাৰে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ভাৰতে ইংলেণ্ডৰ মুখামুখি হ’ব৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ কালি অনুষ্ঠিত কোৱার্টাৰ ফাইনেলসদৃশ ছুপাৰ এইটৰ মেচখনত ঘৰুৱা দল টীম ইণ্ডিয়াই…
Read More...