নিউজিলেণ্ডৰ সন্মুখত শক্তিশালী দক্ষিণ আফ্রিকা
🔹 লাহোৰত আজি চেম্পিয়নছ ট্রফীৰ দ্বিতীয় ছেমি
নিউজ ডেস্ক, ৫ মার্চ : আইচিচি চেম্পিয়নছ ট্রফীৰ আজি লাহোৰত হ’বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত প্রতিদ্বন্দ্বিতা আগবঢ়াব প্রাক্তন দুই চেম্পিয়ন নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকাই৷ দক্ষিণ আফ্রিকাই ১৯৯৮ চনত চেম্পিয়ন হোৱাৰ বিপৰীতে ২০০০ চনত নিউজিলেণ্ডে সন্মানীয় প্রতিযোগিতাখনত খিতাপ জয় কৰিছিল৷ সুদীর্ঘ ২৭ বছৰ পিছত…
Read More...