PSLৰ সূচী ঘোষণা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ
নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰিছে পাকিস্তান ছুপাৰ লীগৰ সূচী। এই প্ৰতিযোগিতাখন ১১ এপ্ৰিলৰ পৰা আৰম্ভ হব। আনহাতে, ১৮ মে’ত অনুষ্ঠিত হ’ব পাকিস্তান ছুপাৰ লীগৰ ফাইনেল। আনহাতে আই পি এল ২২ মাৰ্চৰ পৰা আৰম্ভ হব। এই প্ৰতিযোগিতাৰ ফাইনেল খেল ২৫ মে'ত অনুষ্ঠিত হ'ব। অৱশ্যে পাকিস্তান ছুপাৰ লীগৰ প্ৰথমখন খেলত ডিফেণ্ডিং চেম্পিয়ন ইছলামবাদ…
Read More...