আজিৰে পৰা টি–২০ বিশ্বকাপ আৰম্ভ, প্রথমখন মেচত ভাৰতৰ সন্মুখত আমেৰিকা
নিউজ ডেস্ক, ৭ ফেব্রুৱাৰী : বিশ্বৰ ২০টা দলৰ অংশগ্রহণেৰে আজিৰ পৰা আৰম্ভ টি–২০ বিশ্বকাপ৷ ভাৰত আৰু শ্রীলংকাৰ যুটীয়া উদ্যোগত অনুষ্ঠিত হ’বলগীয়া আইচিচিৰ বৃহৎ ইভেণ্টৰ প্রথমখন মেচত আজি ভাৰতে আমেৰিকাৰ বিৰুদ্ধে খেলিব৷
পাকিস্তান আৰু বাংলাদেশ দলক লৈ সৃষ্টি হোৱা বিবাদৰ মাজতে আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিমায়ত আটকধুনীয়া উদ্বোধনী অনুষ্ঠানেৰে টি–২০ বিশ্বকাপৰ শুভাৰম্ভ…
Read More...