চেম্পিয়নছ ট্রফীত চেম্পিয়নে লাভ কৰিব ২০ কোটি
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ ফেব্ৰুৱাৰীঃ আৰম্ভ হৈছে আইচিচি চেম্পিয়নছ ট্ৰফীৰ কাউণ্ট ডাউন৷ বুধবাৰৰ পৰা আৰম্ভ হ’ব আইচিচিৰ মেগা প্রতিযোগিতাখন৷ ক্রিকেটপ্রেমীৰ মাজত প্রতিযোগিতাখনক কেন্দ্র কৰি সৃষ্টি হোৱা উন্মাদনাৰ মাজতে আইচিচিয়ে ঘোষণা কৰিছে চেম্পিয়নছ ট্ৰফীৰ পুৰস্কাৰৰ ধনৰ সবিশেষ তথ্য৷ উল্লেখ্য যে সুদীর্ঘ ৮ বছৰৰ পিছত অনুষ্ঠিত হ’ব চেম্পিয়নছ ট্ৰফী৷ ইয়াৰ পূর্বে…
Read More...