বর্ষাপাৰাত আজি ভাৰত-নিউজিলেণ্ডৰ তৃতীয় টি–২০
ডিজিটেল ডেস্ক, ২৫ জানুৱাৰী : টীম ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ তৃতীয়খন টি–২০ মেচৰ বাবে সম্পূর্ণৰূপে সাজু হৈ উঠিছে বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়াম৷ আজি নিশা ৭ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই হাইভল্টেজ মেচখনক লৈ ক্রিকেট অনুৰাগীৰ মাজত ব্যাপক উৎসাহ–উদ্দীপনাৰ সৃষ্টি হৈছে৷
কালি বিয়লি টীম ইণ্ডিয়াৰ লগতে নিউজিলেণ্ড দলটো একেলগে…
Read More...