কটকত আজি ইংলেণ্ডৰে ৰোহিত বাহিনীৰ দ্বিতীয় এদিনীয়া
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ফেব্ৰুৱাৰীঃ কটকত এদিনীয়া শৃংখলা দখলৰ লক্ষ্য লৈছে ঘৰুৱা দল টীম ইণ্ডিয়াই৷ ইংলেণ্ডৰ বিপক্ষে খেলি থকা তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ দ্বিতীয়খন মেচ আজি কটকত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে শৃংখলাৰ প্রথমখন মেচত বিজয় সাব্যস্ত কৰি অগ্রগতি লাভ কৰা ভাৰতীয় দলটোৱে কটকত ইংৰাজ বাহিনীক পৰাস্ত কৰি ২–০ৰ অগ্রগতিৰে এদিনীয়া শৃংখলাটো দখল কৰাৰ…
Read More...