বিজয় হাজাৰেত দেখা যাব আন তিনি তাৰকাক
নতুন বছৰত গুৰুত্ব বাঢ়িছে ভাৰতৰ ঘৰুৱা ক্রিকেটৰ৷ টীম ইণ্ডিয়াৰ দুই জ্যেষ্ঠ তাৰকা খেলুৱৈ ৰোহিত শর্মা আৰু বিৰাট কোহলিৰ পিছত চলিত বিজয় হাজাৰে ট্রফীত এইবাৰ দেখা যাব আন তিনিগৰাকী তাৰকা ক্রিকেটাৰক৷
সকলো ঠিকে থাকিলে ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমন গিলৰ লগতে তাৰকা বেটাৰ লোকেশ ৰাহুল আৰু তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাক বিজয় হাজাৰে ট্রফীৰ পৰৱর্তী…
Read More...