ছেনিটাইজাৰ লগাই যশপ্রীত বুমৰাহক কৰমর্দন নীতা আম্বানি -ৰ
মুম্বাই, ২৩ মে’ : ছেনিটাইজাৰ লগাই যশপ্রীত বুমৰাহক কৰমর্দন নীতা আম্বানি -ৰ। বুধবাৰে আইপিএলত মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছৰ মাজৰ মেচৰ অন্তত দেখা গ’ল এটা অদ্ভুত দৃশ্য৷ মুম্বাই ইণ্ডিয়ানছৰ স্বত্বাধিকাৰী নীতা আম্বানিক কৰমর্দন কৰাৰ পূর্বে দলৰ খেলুৱৈয়ে ছেনিটাইজাৰেৰে হাত চাফা কৰিছিল৷ এই ঘটনাৰ পিছতে চর্চালৈ আহে নীতা আম্বানি৷ অৱশ্যে নীতা আম্বানিয়ে…
Read More...