অষ্ট্ৰিয়াক ৩-০ গ’লত পৰাস্ত কৰি শীৰ্ষ-১৬ত স্পেইন
ফিফা বিশ্বকাপ ২০২৬ৰ ৰাউণ্ড অৱ-৩২ত অষ্ট্ৰিয়াক ৩-০ গ'লত সহজে পৰাস্ত কৰি শীৰ্ষ-১৬ত প্ৰৱেশ কৰিছে স্পেইনে। খেলখন আৰম্ভণিৰে পৰা শেষলৈকে সম্পূৰ্ণ নিয়ন্ত্ৰণত ৰাখে লুইছ ডে লা ফুৱেন্তেৰ দলটোৱে।
স্পেইনৰ হৈ মিকেল অ'য়াৰ্জাবালে দুটা গ'ল কৰাৰ লগতে পেড্ৰো পৰ্ৰ'ই এটাকৈ গ'ল দিয়ে।
প্ৰথমাৰ্ধত বলৰ দখল সম্পূৰ্ণৰূপে নিজৰ হাতত ৰাখিলেও আৰম্ভণিতে স্পেইনৰ এটা গ'ল বাতিল…
Read More...