ব্রীজবেনত বুমৰাহে ভাঙিলে কপিলৰ ৰেকর্ড
নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : অষ্ট্রেলিয়াৰ বিপক্ষে তৃতীয় টেষ্টত ভাৰতৰ অন্য বলাৰসকল ব্যর্থ হোৱাৰ সময়তে উজলি উঠিছে যশপ্রীত বুমৰাহ৷ তেওঁ আজি অষ্ট্রেলিয়াৰ ৫টা উইকেট দখল কৰি কপিল দেৱৰ অভিলেখ ভংগ কৰে৷ ইয়াৰ লগে লগে বুমৰাহে দক্ষিণ আফ্রিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্রেলিয়াৰ বিৰুদ্ধে ৮বাৰকৈ ইনিংছত ৫টা উইকেট দখলৰ গৌৰৱ অর্জন কৰে৷ এইক্ষেত্রত কপিল দেৱৰ আছিল ৭টাকৈ…
Read More...