বিশ্বৰ চতুর্থগৰাকী খেলুৱৈ হিচাপে নজিৰ জাদেজাৰ…
নিউজ ডেস্ক, ১৬ নৱেম্বৰ : ইডেন টেষ্টত এক অনন্য নজিৰ গঢ়িলে ভাৰতীয় দলটোৰ তাৰকা অলৰাউণ্ডাৰ ৰবীন্দ্র জাদেজাই৷ টেষ্ট ক্রিকেটত ৪ হাজাৰ ৰান আৰু ৩০০ উইকেট দখল কৰাৰ বিশ্বৰ চতুর্থগৰাকী খেলুৱৈ হিচাপে গৌৰৱ অর্জন কৰে জাদেজাই৷
তাৰকা অলৰাউণ্ডাৰগৰাকীয়ে দক্ষিণ আফ্রিকাৰে খেলি থকা প্রথমখন টেষ্টৰ কালি দ্বিতীয় দিনা এই মাইলষ্টোনত প্রৱেশ কৰে৷ এই অনন্য কৃতিত্বৰে জাদেজাই…
Read More...