ইতিহাসৰ পৃষ্ঠাত ঠাই ল’ব ঐতিহাসিক গাব্বা ষ্টেডিয়ামে
🔹 কাইলৈ অন্তিমবাৰৰ বাবে ব্রীজবেনত খেলিব টীম ইণ্ডিয়াই
নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : ২০৩২ চনৰ অলিম্পিক আয়োজন কৰিব ব্রীজবেনে৷ ক্রিকেটৰ অসংখ্য স্মৃতি বিজড়িত গাব্বা তুলি দিয়া হ’ব অষ্ট্রেলিয়াৰ অলিম্পিক সংস্থাৰ হাতত৷ এইবাৰেই হয়তো অন্তিমবাৰ গাব্বাত খেলিব ৰোহিত বাহিনীয়ে৷ ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফীৰ তৃতীয়খন টেষ্ট শনিবাৰৰ পৰা আৰম্ভ হ’ব ব্রীজবেনৰ গাব্বা…
Read More...