নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

ক্রীড়া-জগত

অষ্ট্রেলিয়াৰ বিৰুদ্ধে ২–১ত শৃংখলা দখল টীম ইণ্ডিয়াৰ, বৰষুণৰ বাবে বাতিল পঞ্চম টি–২০

নিউজ ডেস্ক, ৯ নৱেম্বৰ : অষ্ট্রেলিয়াত সাধাৰণতে ইংলেণ্ডৰ নিচিনাকৈ ক্ষণে ক্ষণে বৰষুণ নহয়৷ কিন্তু এইবাৰ সেই পৰিৱেশ দেখা গ’ল৷ বৰষুণৰ লগতে আহিল বজ্র বিদ্যুৎ৷ যাৰ বাবে গাব্বাত অনুষ্ঠিত হ’বলগীয়া পঞ্চমখন টি–২০ মেচ বাতিল কৰিবলগীয়া হয়৷ ফলত ৫খন মেচৰ টি–২০ শৃংখলা ২–১ ব্যৱধানত দখল কৰিলে ভাৰতে৷ ইয়াৰ লগে লগে এদিনীয়া শৃংখলাত পৰাজয়ৰ মধুৰ প্রতিশোধ ল’লে টীম ইণ্ডিয়াই৷…
Read More...

6,6,6,6,6,6…. হংকং ছিক্সেছত আফ্ৰিদীৰ চমকপ্ৰদ কীৰ্তি

পাকিস্তানৰ বেটছমেন আব্বাছ আফ্ৰিদীয়ে হংকং ছিক্সেছ আন্তঃৰাষ্ট্ৰীয় ক্রিকেট প্ৰতিযোগিতাত কুৱেইটৰ বিৰুদ্ধে এক অনন্য…

বিপদত দুই প্রাক্তন ক্রিকেটাৰ সুৰেশ ৰাইনা-শিখৰ ধাৱন, ১১.১৪ কোটি টকাৰ সম্পত্তি জব্দ…

নিউজ ডেস্ক, ৭ নৱেম্বৰ : বিপদত ভাৰতীয় দলৰ প্রাক্তন ক্রিকেটাৰ সুৰেশ ৰাইনা আৰু শিখৰ ধাৱন! শেহতীয়াকৈ ইডিয়ে দুয়োৰে পৰা…

ভাৰতীয় বলিং ধুমুহাত ধূলিসাৎ অষ্ট্ৰেলিয়া : শৃংখলাত অগ্ৰগতি মেন ইন ব্লুৰ

চতুৰ্থ টি-২০ত ভাৰতীয় দলে অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাজিত কৰি পাঁচখন খেলৰ টি-২০ শৃংখলাত ২-১ৰ অগ্ৰগতি লাভ কৰিছে। খেলখনত…

ভাৰতীয় মহিলা ক্রিকেট দলৰ বার্ষিক চুক্তিত অসমৰ উমা চেত্রী

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : প্রথমবাৰৰ বাবে এদিনীয়া মহিলা বিশ্বকাপৰ খিতাপ জয় কৰি ইতিহাস ৰচনা কৰাৰ পাছত জেপ গৰম হ’ল…

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতীয় ‘এ’ দলত অসম সন্তান ৰিয়ান পৰাগ

ডিজিটেল ডেস্ক, ৬ নৱেম্বৰ : পুনৰ ভাৰতীয় দললৈ প্রত্যাৱর্তন ঘটিল তাৰকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টৰ৷ আলহী দল দক্ষিণ…

বিশ্বকাপত সুন্দৰ প্ৰদৰ্শন কৰিও ৰেংকিঙত পিছুৱালে স্মৃতি মান্ধানা

ভাৰতীয় তাৰকা বেটছমেন স্মৃতি মন্ধানাই মহিলা ৱৰ্ল্ড কাপৰ পিছত এটা ডাঙৰ আঘাত সহ্য কৰিব লগা হৈছে। স্মৃতিয়ে সম্পূৰ্ণ…

লীগ ক্রিকেট খেলিবলৈ আহি হোটেলত আবদ্ধ ক্রিছ গেইলসহ তাৰকা ক্রিকেটাৰ

🔹 ধন দিব নোৱাৰি কাশ্মীৰত লীগ ক্রিকেটৰ আয়োজকৰ পলায়ন ডিজিটেল ডেস্ক, ৪ নৱেম্বৰ : জম্মু–কাশ্মীৰত খেলিবলৈ আহি আবদ্ধ হৈ…

কাইলৈৰ পৰা আৰম্ভ টিকট বিক্ৰী : বর্ষাপাৰাত ভাৰত-দক্ষিণ আফ্রিকাৰ টেষ্ট

গুৱাহাটীৰ বর্ষাপাৰাস্থিত এচিএ ক্রিকেট ষ্টেডিয়ামত ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু দক্ষিণ আফ্রিকাৰ মাজৰ দুখনীয়া…

‘তোমালোকক লৈ গৌৰৱান্বিত’ : বিশ্বজয়ী ভাৰতীয় মহিলা দলৰে সাক্ষাতত মিলিত…

ডিজিটেল ডেস্ক, ৩ অক্টোবৰ : মহিলা বিশ্বকাপ ক্ৰিকেটত দক্ষিণ আফ্ৰিকাক পৰাজিত কৰি বিশ্বজয়ৰ পিছত ভাৰতীয় মহিলা ক্ৰিকেট…