WTCলৈ প্ৰত্যাহ্বান : দেওবাৰ- ভাৰতীয় ক্রিকেটৰ ক’লা দিন
নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ ডিচেম্বৰঃ সন্মুখত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ। তালৈ নামি আহিছে একপ্ৰকাৰ প্ৰত্যাহ্বান। নিউজিলেণ্ডৰে ৩-০ৰ ব্যৱধানত পৰাস্ত হোৱাৰ পিছত বৰ্ডাৰ গাভাস্কাৰ ট্ৰফীৰ প্ৰথম পাৰ্থ টেষ্টত উজলি উঠা টীম ইণ্ডিয়াই পিংক বল টেষ্টত নিৰ্লজ্জ আত্মসমৰ্পণ কৰিলে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে। ব্যৰ্থ সকলো বেটছমেন। নচমকিল বলাৰৰ যাদু। সেই হেতু সন্মুখত থকা বাকী…
Read More...