প্ৰথমটো বিশ্বকাপ জয়ৰ পৰা দুখোজ দূৰৈত ভাৰতীয় মহিলা দল
আইচিচি মহিলা বিশ্বকাপ ২০২৫ত ভাৰতে সুন্দৰ প্ৰদৰ্শন কৰি ছেমিফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিছে। হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় দলে নিউজিলেণ্ডক ডাকৱৰ্থ-লুইছ পদ্ধতি (DLS) অনুসৰি ৫৩ ৰানত পৰাস্ত কৰি শেষৰ দল হিচাপে ছেমিত প্ৰৱেশ কৰিছে। এই জয়ৰ সৈতে ভাৰত ছেমিফাইনেলত প্ৰৱেশ কৰা চতুৰ্থ দল হিচাপে চিহ্নিত হল।
ছেমিফাইনেলৰ চাৰিটা দল হল— অষ্ট্ৰেলিয়া, ইংলেণ্ড,…
Read More...