বিৰাট কোহলিৰ পিছত ভাৰতীয় দলত নতুন ‘কিং’
🔹 পার্থত প্রথম ভাৰতীয় হিচাপে সর্বাধিক ৰান সংগ্রহ
নিউজ ডেস্ক, ২৫ নৱেম্বৰ : পার্থত ভাৰতীয় হিচাপে সর্বাধিক ৰান সংগ্রহ৷ অষ্ট্রেলিয়াৰ মাটিত শ্রেষ্ঠ অ’পেনিং যুটি৷ অষ্ট্রেলিয়াত জীৱনৰ প্রথম টেষ্ট খেলিবলৈ নামি শতৰান অর্জন৷ একেলগে এনে অসংখ্য অভিলেখ গঢ়িলে যশস্বী জয়ছোৱালে৷ ক্রিকেট মহলৰ মতে বিৰাট কোহলিৰ পিছত নতুন ‘কিং’ লাভ কৰিলে ভাৰতীয় ক্রিকেটে৷ জীৱনত…
Read More...