মহিলা এদিনীয়া বিশ্বকাপ : বর্ষাপাৰাত আজি দক্ষিণ আফ্রিকা–ইংলেণ্ড
🔹 ভাৰত–শ্রীলংকাৰ উদ্বোধনী মেচত দর্শকৰ নতুন অভিলেখ
নিউজ ডেস্ক, ৩ অক্টোবৰ : দক্ষিণ আফ্রিকাই আজি গুৱাহাটীৰ বর্ষাপাৰাত ইংলেণ্ডৰ বিপক্ষে খেলি চলিত মহিলা এদিনীয়া বিশ্বকাপত অভিযান আৰম্ভ কৰিব৷ বিগত দুখন এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেলিষ্ট দক্ষিণ আফ্রিকাই জয়েৰে প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰাৰ লক্ষ্য লৈছে৷
বর্ষাপাৰাত প্রথমবাৰৰ বাবে খেলিবলগীয়া প্রটিয়াজ…
Read More...