চেম্পিয়নছ ট্ৰফী প্ৰদৰ্শনৰ ভ্ৰমণসূচী প্ৰকাশ আইচিচিৰ
নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ নৱেম্বৰঃ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পূৰ্বে আইচিচিয়ে মুকলি কৰিছে ট্ৰফীৰ ভ্ৰমণসূচী। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ আপত্তিৰ পিছত চেম্পিয়নছ ট্ৰফী পাকিস্তান অধিকৃত কাশ্মীৰলৈ নাযায়। আইচিচিয়ে পাকিস্তানে পিঅ’কে প্লেন বাতিল কৰি দিছে। অহা ১৬ নৱেম্বৰৰ পৰা ইছলামবাদৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্ৰফী ভ্ৰমণ। ইয়াৰ শেষ সূচী কেৱল ভাৰতৰ…
Read More...