BCCI-ৰ নিৰ্বাচন : সভাপতি পদত শক্তিশালী ৰাজীৱ শুক্লা, পৰৱৰ্তী IPL-ৰ চেয়াৰপাৰ্চন কোন?
ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডত (বিচিচিআই) সোনকালে নিৰ্বাচন অনুষ্ঠিত হ’ব। পূৰ্বৰ ভাৰতীয় ক্ৰিকেটাৰ ৰজাৰ বিন্নীয়ে অধ্যক্ষ পদৰ পৰা অৱসৰ লোৱাৰ পিছত এই পদটো খালী হৈ পৰিছে। বৰ্তমান ৰাজীৱ শুক্লা বিচিচিআইৰ কাৰ্যকৰী অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আই পি এলৰ চেয়াৰপাৰ্চন অৰুণ ধুমলৰ পদটোও খালী হ’ব পাৰে। অৰুণ ধুমলে ২০২৫ চনৰ অক্টোবৰত বিচিচিআইত বিভিন্ন…
Read More...