লৰ্ডছত আজিৰে পৰা WTC-ৰ ফাইনেল
নিউজ ডেস্ক, ১১ জুন : বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ WTC-ৰ বহু প্রতীক্ষিত ফাইনেল মেচখন আজিৰ পৰা লৰ্ডছত আৰম্ভ হ’ব৷ খিতাপ যুঁজত মেচখনত প্রতিদ্বন্দ্বিতা আগবঢ়াব ডিফেণ্ডিং চেম্পিয়ন অষ্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকাই৷
সুদীর্ঘ ১১৩ বছৰৰ পিছত লৰ্ডছত টেষ্ট মেচত মুখামুখি হ’ব অষ্ট্রেলিয়া আৰু দক্ষিণ আফ্রিকাই৷ ডিফেণ্ডিং চেম্পিয়ন অষ্ট্রেলিয়াই খিতাপ অক্ষুণ্ণ ৰখাৰ লক্ষ্যৰে…
Read More...