টাইপেইত সোণ জিনিলে অসম সন্তান অম্লান বৰগোহাঁই -এ
🔹 টাইপেইত সোণ জিনিলে অসম সন্তান অম্লান বৰগোহাঁই -এ
🔹 ইণ্টাৰনেচনেল অ’পেন এথলেটিকছৰ প্রথম দিনাই ৬ স্বর্ণ ভাৰতৰ
নিউজ ডেস্ক, ৮ জুন : টাইপেইত স্বর্ণ জিনি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তান অম্লান বৰগোহাঁয়ে৷ টাইপেই চিটীত চলি থকা টাইৱান এথলেটিকছ অ’পেনৰ প্রথম দিনাই ভাৰতীয় এথলীটে ৬টাকৈ স্বর্ণ পদক দখল কৰিবলৈ সক্ষম হয়৷ ভাৰতৰ দ্রুতমানৱ হিচাপে পৰিচিত অসম…
Read More...